২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক কাইলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰা হ’ব। এই বঁটা লাভ কৰা ১১,২৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র আছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ড উপস্থিত থাকিব। উল্লেখযোগ্য যে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্রীয়ে এই বঁটা লাভ নকৰে।
Assamese | December 7, 2025 9:06 PM | Assam CM | Banikanta Kakati Award
২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত সোমবাৰে স্কুটাৰ বিতৰণ