December 7, 2025 9:06 PM

views 76

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত সোমবাৰে স্কুটাৰ বিতৰণ

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক কাইলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰা হ'ব। এই বঁটা লাভ কৰা ১১,২৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র আছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ড উপস্থিত থাকিব। উল্লেখযোগ্য যে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্রীয়ে এই বঁটা লা...

May 13, 2025 12:58 PM

views 166

ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বাবে কাৰ্যালয় স্মাৰক প্ৰকাশ

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বাবে এখন কাৰ্যালয় স্মাৰক প্ৰকাশ কৰিছে। এই স্মাৰক অনুসৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰা ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰা হ'ব। বেটাৰমেণ্ট বা পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকল এই বঁটাৰ বাবে বিবেচিত নহয় । যোগ্য ছাত্র-ছাত্রীসকলে উচ্চ শিক্ষা সঞ্চালকালয়ে পৰৱৰ্তী সময়ত দিয়া লিংকৰ জৰিয়তে অনলাইন আবেদ...

October 2, 2024 9:28 AM

views 72

উচ্চতৰ মাধ্যমিকত ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সৰ্বমুঠ ৪০ হাজাৰ ৭৩৫ গৰাকী ছাত্ৰী, ৭ হাজাৰ ৯৩৮ জন ছাত্ৰক এই স্কুটি প্ৰদান কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। এই স্কুটিসমূহ প্ৰদানত ৰাজ্য চৰকাৰৰ ৩৪৫ কোটি ৭৫ লাখৰো অধিক ধন ব্যয় হ'ব। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত কালি এই বিষয়ে প্ৰকাশ কৰে। অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ১৪ বৰ্ষৰ পৰ...