ভাৰত আজি ডুবাইত হ’বলগীয়া মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ তৃতীয়খন খেলত শ্রীলংকাৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। একেটা স্থানত হ’বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত স্কটলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি চাৰে তিনি বজাত আৰম্ভ হ’ব।
Assamese | October 9, 2024 6:16 PM | ICC Cricket | Ind vs Srilanka | Women Cricket
সন্ধিয়া ৭.৩০ বজাত মহিলাৰ আই চি চি টি-২০ বিশ্বকাপত ভাৰত শ্রীলংকাৰ সন্মুখীন হ’ব