শোণিতপুৰ জিলাৰ ১ নম্বৰ বচাচিমলু অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্রীসহ এজন সৰবৰাহকাৰীক আটক

শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ ১ নম্বৰ বচাচিমলু অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্রীসহ এজন সৰবৰাহকাৰীক আটক কৰে।

আটকাধীন লোকজন শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ফটাচিমলু নিবাসী বাহাৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ পৰা ৪০টা প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰিছে।