বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি গান্ধীনগৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৰেশ ধনানীয়েও ৰাজকোট আসনৰ পৰা মনোনয়ন দাখিল কৰিছে। গুজৰাটত তৃতীয় পৰ্যায়ত অহা ৭ মে’ত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব।
Assamese | April 20, 2024 12:29 PM | Amit Shah | Nomination
বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ গান্ধীনগৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল