কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্ত কৰি তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিত এই কথা প্রকাশ কৰি কয় যে আবেদন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তেওঁলোকক সহায় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্রার্থীসকলে যাতে নির্দিষ্ট সময়ত তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে প্রতি সপ্তাহতে এনে অ’পেন হাউছ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে।
Assamese | March 20, 2025 4:15 PM | Akashvani News | PM Modi
প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্তিৰে তেওঁলোকলৈ সমৰ্থনৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন