নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ পুনে আৰু মুম্বাইত হ’বলগীয়া পৰৱৰ্তী দুখন খেলৰ বাবে অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ পৰিষদৰ নিৰ্বাচক কমিটীয়ে এই ঘোষণা কৰিছে।
Assamese | October 22, 2024 3:03 PM | Cricket | SPORTS
নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ বাবে ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত