দেশৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ প্রায় ৪৫০ কোটি আমেৰিকান ডলাৰ বৃদ্ধি পাই ৭২ হাজাৰ কোটি ডলাৰৰো অধিক হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা সাপ্তাহিক পৰিসংখ্যা অনুসৰি যোৱা সপ্তাহত বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা সোণৰ পৰিমাণ ৬১৮ কোটি ডলাৰ বৃদ্ধি পাই ১০ হাজাৰ ৮০০ কোটি ডলাৰ হয়গৈ।
Assamese | October 24, 2025 9:28 PM | Akashvani | Akashvani News | Money
দেশৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ প্রায় ৪৫০ কোটি আমেৰিকান ডলাৰ বৃদ্ধি পাই ৭২ হাজাৰ কোটি ডলাৰৰো অধিক হৈছে