তামুলপুৰ জিলাৰ পথালিকুছিৰ মাইনাও পথাৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। বাথৌ মহাসভাৰ তামুলপুৰ জিলাৰ আতিথ্যত আয়োজিত এই অধিৱেশনৰ বাবে মাইনাও পথাৰত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাসহ কেইবাগৰাকীও মন্ত্রী-বিধায়ক তথা বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | April 3, 2025 8:24 PM | Akashvani Guwahati | Tamulpur District
তামুলপুৰ জিলাৰ পথালিকুছিৰ মাইনাও পথাৰত কাইলৈৰ পৰা ৩ দিনীয়াকৈ সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন