● ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। বিগত এসপ্তাহত ব্ৰহ্মপুত্ৰৰ সোঁতে ৪০ মিটাৰ ভূমিৰ লগতে কেইবাটাও বাসগৃহ উটুৱাই লৈ যায়। জিলাখনৰ জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও নদীৰ কোবাল সোঁতে জিঅ’ বেগ উটুৱাই লৈ গৈছে।
Assamese | August 19, 2025 12:58 PM | Akashvani | brahmaputra erosion dibrugarh | Local news
ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত মহাবাহুৰ গৰাখহনীয়া অব্যাহত