জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ই ভি কে এছ এলংগ’ৱনৰ আজি চেন্নাইত মৃত্যু হয়। ইৰ’দ পূব সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৭৫ বছৰীয়া নেতা গৰাকী দীৰ্ঘদিনধৰি অসুস্থ হৈ আছিল। ২০০৪ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২০০৪ ৰপৰা ২০০৯ চনলৈকে কেন্দ্রীয় বস্ত্র মন্ত্ৰী আছিল।
Assamese | December 14, 2024 3:31 PM | Akashvani | Congress
জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ই ভি কে এছ এলংগ’ৱনৰ মৃত্যু