● জিষ্ট নাগৰিক মঞ্চ, যোৰহাটৰ উদ্যোগত কালি যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ভৱিষ্যৎ মন্থন আৰু স্বতন্তৰীয়া বিকাশৰ ৰূপৰেখা নিৰ্ণয় সন্দৰ্ভত এখন নাগৰিক সভা অনুষ্ঠিত হয়। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিৰ সভাপতি অসীমজ্যোতি শইকীয়াৰ লগতে ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।
Assamese | July 14, 2025 11:03 AM | Akashvani News | Jorahat
জিষ্ট নাগৰিক মঞ্চ, যোৰহাটৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত