কেন্দ্ৰীয় চৰকাৰে ২৯ মে’ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফ’ৰমেচন ব্যুৰ’ সত্যাসত্য নিৰূপণ গোটে চৰকাৰে এনে কোনো অধিসূচনা জাৰি কৰা নাই বুলি স্পষ্ট কৰি দিছে আৰু জনসাধাৰণক বতৰৰ বতৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে।
Assamese | May 21, 2025 7:54 PM | Akashvani News | IMD | Weather alert
কেন্দ্ৰীয় চৰকাৰে ২৯ মে’ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰৰ খণ্ডন