কৃষিখণ্ডৰ সৰ্বাংগীন উত্তৰণৰ হকে ৰাজ্য চৰকাৰে কৃষি বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। খাৰিফ বিপণন ঋতু ২০২৪-২৫ বৰ্ষত প্ৰতি কুইণ্টলত ন্যূনতম সমর্থিত মূল্য ২,৩০০ টকাত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত ধান ক্ৰয়ৰ ব্যৱস্থা আৰম্ভ হ’ব। এই ব্যৱস্থাৰ জৰিয়তে উপকৃত হ’বলৈ কৃষকসকলক জিলা কৃষি বিষয়া অথবা কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ কৃষি মন্ত্ৰী অতুল বৰাই আহ্বান জনাইছে।
Assamese | November 28, 2024 6:21 PM | Assam Agriculture | Assam Govt
কৃষিখণ্ডৰ সৰ্বাংগীন উত্তৰণৰ হকে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন পদক্ষেপ