কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য আজি মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয়। কালি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে। অমিতাভ বচ্চন, অভিষেক বচ্চন, প্রেম চোপ্ৰা, চলিম খান, আৰবাজ খান, অনু মালিক, বিন্দু দাৰাসিং, ৰাজপাল যাদৱ আৰু ৰাজ মুৰাজকে ধৰি চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক অভিনেতা আৰু বিশিষ্ট ব্যক্তিয়ে অন্তেষ্টিক্রিয়া অনুষ্ঠানত উপস্থিত
থাকে।
Assamese | April 5, 2025 9:08 PM | Akashvani News | Indian Film | Manoj Kumar
কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন