আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি ক্ষন্তেক পাছতে নগাওঁ চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ চিকিৎসা সেৱাৰ বিভিন্ন সুবিধা সন্দৰ্ভত নগাওঁ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিষ্ণুৰাম দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ নগাওঁ জিলাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ’ব।
Assamese | January 13, 2026 5:44 PM | Aakashbani | Akashvani | Akashvani Guwahati | Prasangik
আজি নিশা ৯.১৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান পুনৰ প্ৰচাৰ কৰা হ’ব