আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্রিদীপ বপৰনচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আজি পেৰিছ অলিম্পিক সন্দৰ্ভত হ’বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্রোতাক প্রশ্ন সোধা হ’ব। দৃষ্টিপাত অনুষ্ঠানৰ যোগেদিয়ে কুইজ প্ৰতিযোগিতাৰ বাবে শ্রোতাসকলে উত্তৰ দিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।
Assamese | August 3, 2024 1:27 PM | Akashvani | Akashvani Guwahati | Akashvani Quiz
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগ আৰু পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত অলিম্পিক কুইজৰ আয়োজন