আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘কৃষক পঞ্জীয়ন’ সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ’ব

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘কৃষক পঞ্জীয়ন’ সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ’ব।

অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ ন’ডেল বিষয়া মানস প্রতীম মহন্ত আৰু কৃষক তথা সাংবাদিক বগা তপ্নই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই।