■ অসম প্ৰকাশন পৰিষদে ৰাজ্যৰ সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰৰ প্ৰসাৰ তথা প্ৰচাৰৰ উদ্দেশ্যে গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ কৰিছে। অসমীয়া, বাংলা, বড়ো আৰু ৰাজ্যৰ আদিবাসী ভাষাসমূহৰ বচা বচা ২২টা বিষয়ত পাণ্ডুলিপি প্রস্তুত কৰিবলৈ লেখকসকলে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ অহা ৩১ জুলাই ধাৰ্য কৰা হৈছে। বচা বচা লেখকসকলক ৫০ৰ পৰা ৭৫ হাজাৰ টকালৈকে আর্থিক অনুদান প্ৰদান কৰা হ’ব।
Assamese | July 5, 2025 12:35 PM | aassam prakashan porishad | Akashvani Guwahati | Guwahati News
অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ