ৰাজ্যৰ নৱ নিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব। লোকভৱনত কাইলৈ দিনৰ চাৰে এঘাৰ বজাত হ’বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব।
Assamese | August 5, 2026 7:03 PM | Akashvani | Akashvani News
ৰাজ্যৰ নৱ নিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব