চলিত বৰ্ষৰ মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ তৃতীয় সংস্কৰণৰ প্ৰথমখন খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট জায়েণ্টছৰ সন্মুখীন হ‘ব। বদডোৰাত হ‘বলগীয়া খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ‘ব। অহা ১৫ মাৰ্চৰ প্ৰতিযোগিতাৰ সামৰণি পৰিব। প্ৰতিযোগিতাত দেলহী কেপিটেলছ, গুজৰাট জায়েন্টছ, ইউ পি ৱাৰিয়াৰ্চ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে ভাগ লৈছে। যোৱাবাৰৰ বিজয়ী ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে এইবাৰো তেওঁলোকৰ খিতাপ অক্ষুন্ন ৰখাৰ প্ৰয়াস কৰিব ।
Assamese | February 14, 2025 12:36 PM | Women premier legue
আজিৰে পৰা চলিত বৰ্ষৰ মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতা