অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত বিজেপিয়ে আজিৰেপৰা দেশজুৰি ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। মোডী চৰকাৰৰ দৃঢ় নেতৃত্ব আৰু সশস্ত্র বাহিনীৰ বীৰত্বৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে এই ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। চলিত মাহৰ ২৩ তাৰিখলৈ হ ‘বলগীয়া এই অভিযানত সমাজৰ বিশিষ্ট ব্যক্তি প্রাক্তন সেনা আৰু সমাজকৰ্মীসকলেও ভাগ ল’ব। দলীয় সূত্ৰই জনোৱা মতে,এই অভিযান ৰাজনৈতিক নহৈ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন লাভ কৰা এটা বিষয়ৰ প্ৰতি মানুহক সজাগ কৰাৰ এটা প্ৰচেষ্টা।
Assamese | May 13, 2025 12:27 PM | Tiranga Yatra
আজিৰেপৰা দেশজুৰি ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন