তামুলপুৰৰ গোৰেশ্বৰ টাউন হ’লত আজি গোৰেশ্বৰ চহৰৰ জাৱৰ নিষ্কাশন আৰু স্বচ্ছতা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত তামুলপুৰ জিলাৰ আয়ুক্ত, জীৱ বিজ্ঞানী ডº অমৰজ্যোতি কাশ্যপ, গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে গোৰেশ্বৰ পৌৰসভাৰ সকলো কৰ্মচাৰী তথা গোৰেশ্বৰৰ জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে ৷
Assamese | November 13, 2024 6:18 PM | Tamulpur
তামুলপুৰত জাৱৰ নিষ্কাশন আৰু স্বচ্ছতা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত