September 23, 2025 11:09 AM
76
সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য
আজি অসমবাসীৰ হৃদয় উকা কৰি গানৰ জ্যোতিষ্ক নিৰ্বাপিত হ'ব। সুৰৰ আঁচল ধৰি বহু দূৰলৈ গুচি যোৱা বিৰল প্ৰতিভাৰ আজি কায়িকভাৱে মহা অৱসান ঘটিব। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তেষ্টিক্রিয়া আজি দিনৰ ভাগত যোৰাবাটৰ সমীপৰ কমাৰকুছিত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ইয়াৰাবাবে অন্ত্যেষ্টিক্রিয়াস্থলীত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। অনুৰাগীসকলে কালিও অভূতপূৰ্ব ৰূপত প্রিয় শিল্পীক শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শে...