September 18, 2026 12:01 PM

views 56

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি জুবিন দিৱস পালনৰ লগতে ৰক্তদান শিবিৰৰ আয়োজন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই দিৱস পালন কৰা হৈছে। জুবিনক্ষেত্রত কালি সর্বধর্ম প্রার্থনা সভা অনুষ্ঠিত হয়। আজি সাংস্কৃতিক অনুষ্ঠান আৰু কাইলৈ গুৰু আসন প্রতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্রদর্শন কৰা হ'ব। সদৌ অসম ছাত্র সন...

October 16, 2025 12:43 PM

views 71

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে সামাজিক মাধ্যমত অনুৰাগীৰ প্রতিবাদ অব্যাহত

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে শিল্পীগৰাকীৰ অনুৰাগীসকলে সামাজিক মাধ্যমত প্রতিবাদ অব্যাহত আছে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ দাবীৰেই ইতিমধ্যে সামাজিক মাধ্যমত প্ৰতিবাদ আৰম্ভ হৈছে। সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি এইপর্যন্ত ১২ লাখ অনুৰাগীয়ে ন্যায়ৰ দাবী জনাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা ডিজিটেল প্ৰতিবাদ আৰম্ভ হৈছে যদিও শেহতীয়া দুটা দিনত এই প্রতিবাদে অধিক জোৰদাৰ ৰূপ লৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে শিল্পীগৰাকীৰ সোণাপুৰৰ সমাধিক্ষেত্ৰল...