June 19, 2026 10:42 PM
3
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাৰ্ষ্ট ট্ৰেক আদালতৰ সাক্ষ্যগ্রহণ প্রক্রিয়া অব্যাহত, অভিনেতা ৰবি শৰ্মাৰ সাক্ষ্যপ্ৰদান
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। আজি আদালতত অভিনেতা ৰবি শৰ্মাই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আজি সাক্ষ্য গ্রহণ প্রক্রিয়া অসম্পূৰ্ণ হোৱা বাবে কাইলৈ অভিনেতাগৰাকীক পুনৰ সাক্ষ্য গ্রহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অভিনেতা ৰবি শৰ্মাই এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই অনুসৰি আদালতে আজি অভিনেতাগৰাকীৰ সাক্ষ্য গ্রহণ কৰিবলৈ আদালতত হাজিৰ হোৱাৰ নির্দেশ দিছিল। ইপি...