January 15, 2026 10:36 AM

views 64

মহিলা প্রিমিয়াৰ লীগত দেলহী কেপিটেলছে ইউ পি ৱাৰিয়াৰ্জক ৭ উইকেটত পৰাজিত কৰে

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত যোৱা নিশা দেলহী কেপিটেলছে ইউ পি ৱাৰিয়াৰ্জক ৭ উইকেটত পৰাজিত কৰে। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰিবলৈ নামি ৱাৰিয়ার্ডে নির্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৫৪ বান সংগ্ৰহ কৰে। অধিনায়ক মেগ লেনিঙে সর্বাধিক ৫৪ আৰু হাবলিন দেউলে ৪৭ ৰান কৰে। প্ৰত্যুত্তৰত দেলহীয়ে মাত্র ৩টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। লিজেল লীয়ে সর্বাধিক ৬৭ আৰু শেফালী বার্মাই ৩৬ ৰান কৰে। প্রতিযোগিতাত আজি ইউ পি ৱাবিয়ার্জ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ ...

January 14, 2026 1:28 PM

views 51

মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ জয়লাভ

মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা নৱী মুম্বাইত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েণ্টছক ৭ উইকেটত পৰাস্ত কৰে। ডি ৱাই পাটিল স্পর্টছ একাডেমীত অনুষ্ঠিত খেলখনত দলটোৱে ১৯৩ ৰানৰ বিজয় লক্ষ্য ১৯ অভাৰত আৰু দুটা বলত ৩টা উইকেট হেৰুৱাই অতিক্রম কৰে। মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্রীত কৌৰে সৰ্বাধিক ৭১ ৰান কৰে। কৌৰলৈ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয় ৷ ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি গুজৰাটে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯২ ৰান কৰিছিল। জর্জিয়া ৱেৰহাম...

March 11, 2025 1:01 PM

views 60

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ হাতত গুজৰাট জায়েণ্টছ ৯ ৰাণত পৰাস্ত

মুম্বাইৰ ব্ৰে-বৰ্ণ ষ্টেডিয়ামত কালি অনুষ্ঠিত মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েণ্টছক ৯ ৰাণত পৰাস্ত কৰে। এই জয়ৰে মুম্বাই ইণ্ডিয়ানছে ডেলহী কেপিটলছৰ সমানে ১০ পইণ্ট লাভ কৰিবলৈ সমৰ্থ হৈছে যদিও কম নেট ৰাণ ৰেটৰ বাবে তালিকাৰ দ্বিতীয় স্থানত আছে। প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৭৯ ৰাণ কৰে। দলটোৰ হৈ অধিনায়ক হৰমন প্রীত কৌৰে ৩৩ বলত ৫৪ ৰাণ কৰে। প্ৰত্যুত্তৰত গুজৰাট জায়েণ্টছে এটাই উইকেট হেৰুৱাই ১৭০ ৰাণহে কৰিবলৈ সমৰ্...

February 19, 2025 8:19 PM

views 61

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত দেলহী কেপিটেলছ – ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি দেলহী কেপিটেলছ – ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বডোডৰাৰ কোটাম্বি ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে মহিলা প্রিমিয়াৰ লীগৰ এইবাৰৰ সংস্কৰণত অসমৰ উমা চেত্ৰীয়ে ইউ পি ৱাৰিয়ৰ্ছ আৰু জিণ্টিমণি কলিতাই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে। যোৱা ১৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা মহিলা প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেলখন অহা ১৫ মাৰ্চত মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলোৱা হ'ব।

February 16, 2025 12:23 PM

views 51

মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে ডেলহী কেপিটেলছে

ডেলহী কেপিটেলছে যোৱা নিশা বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰি ১৯ অভাৰ আৰু ১ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৪ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ নেট স্কীভাৰ ব্ৰাণ্টে ৫৯টা বলত ৮০ ৰান কৰে। অধিনায়ক হৰমনপ্রীত কৌৰে ২২টা বলত ৪২ ৰানৰ বৰঙণি আগবঢ়ায়। ডেলহী কেপিটেলছৰ হৈ আন্নাবেল ছুথাৰলেণ্ডে তিনিটা উইকেট দখল কৰে। শিখা পাণ্ডেই দুটা উইকেট লাভ কৰে। ডেলহী কেপিটেলছে ১৬৫ ...