September 15, 2026 1:08 PM
8
দেশৰ পাইকাৰী মূল্য সূচাংক ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি
দেশৰ পাইকাৰী মূল্য সূচাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বার্ষিক ভিত্তিত এই সূচকাংক জুলাইৰ ৯ দশমিক ৭-৮ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৯ দশমিক ৯-২ শতাংশ হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা মাহত খনিজ তেল, খাদ্য সামগ্রী, মৌলিক ধাতু, খাদ্য-বহির্ভূত সামগ্রী, ৰাসায়নিক আৰু ৰাসায়নিক সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই বাৰ্ষিক মুদ্রাস্ফীতি বৃদ্ধি পাইছে। একেৰাহে চতুৰ্থ মাহৰ বাবে পাইকাৰী মূল্যৰ মুদ্রাস্ফীতি ৯ শতাংশৰ ওপৰত আছে। পাইকাৰী মূল্য সূচাংকৰ প্ৰধান শ্ৰ...