December 21, 2025 11:07 AM

views 64

আজি বিশ্ব ধ্যান দিৱস

আজি বিশ্ব ধ্যান দিৱস। যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২১ ডিচেম্বৰৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰিছিল। উত্তৰ গোলাৰ্ধৰ শীতকালীন সময়ৰ সৈতে ৰজিতা খুৱাই এই দিনটো নিৰ্বাচন কৰা হৈছে। কিয়নো ই অন্তৰ্দৃষ্টি আৰু আভ্যন্তৰীণ শান্তিৰ প্ৰতীক। ভাৰতৰ আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে ধ্যান শীৰ্ষক অনুষ্ঠানৰ নেতৃত্ব দিয়ে। যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণই অৰ্জুনক ধ্যান আৰু যোগৰ সাধনা কৰিবলৈ জনোৱা আহ্বানক স্মৰণ কৰি আধ্যাত্মিক গুৰুগ...

December 21, 2024 6:42 PM

views 56

সমগ্ৰ বিশ্বতে আজি বিশ্ব ধ্যান দিৱস পালন

আজি বিশ্ব ধ্যান দিৱস। জনসাধাৰণৰ শান্তি আৰু কল্যানেৰে মানসিক উৎকৰ্ষ সাধনৰ লগতে সুস্বাস্থ্য বজাই ৰখাৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছে। ধ্যানৰ জৰিয়তে মানসিক চাপ, হিংসা, সামাজিক অসন্তুষ্টি আদিকে ধৰি সাম্প্ৰতিক সময়ত বিশ্বজুৰি থকা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিব পৰা যায় বুলি ভবা হয়। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ভাৰতৰ সহযোগত আজিৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত সর্ব সন্মতিক্রমে গ্ৰহণ কৰে। এই দিৱস উপলক্ষ্যে আজি ভাৰতৰ স্থায়...