June 14, 2026 7:39 PM

views 28

বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেবী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্ব ৰক্তদাতা দিবস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামুহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে স্বাস্থ্য খণ্ডত প্রয়োজন হোৱা পৰিশোধিত ...

June 14, 2026 11:54 AM

views 35

বিশ্বজুৰি ৰক্তদানৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব ৰক্তদাতা দিবস পালন

আজি বিশ্ব ৰক্তদাতা দিবস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্ব ৰক্তদাতা দিবস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামুহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ...