September 13, 2026 11:52 AM

views 18

মহিলা টি-২০ এছিয়া কাপ ক্রিকেটৰ ফাইনেলত ভাৰত-শ্রীলংকাৰ মুখামুখি

ডুবাইত মহিলা টি-২০ এছিয়া কাপ ক্রিকেটৰ ফাইনেলত আজি ভাৰত যোৱাবাৰৰ বিজয়ী শ্রীলংকাৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত এই খিতাপ অৰ্জনৰ যুঁজখন আৰম্ভ হ'ব। সাতবাৰৰ চেম্পিয়ন ভাৰতে এ গ্ৰুপৰ তিনিওখন খেলতে জয়লাভ কৰি অপৰাজিতভাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰিছিল।  আনহাতে শ্রীলংকায়ো গ্রুপ পৰ্যায়ৰ আটাইকেইখন মেচত জয়ী হোৱাৰ অন্তত ছেমিফাইনেলত পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। মহিলা এছিয়া কাপৰ ইতিহাসত সাতবাৰকৈ খিতাপ অৰ্জন কৰা ভাৰত সৰ্বাধিক সফল দল যদ...

September 4, 2026 12:53 PM

views 39

ডুবাইত অনুষ্ঠিত মহিলাৰ টি-২০ এছিয়া কাপত ভাৰতৰ মহিলা ক্রিকেট দলটোৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতৰ মহিলা ক্রিকেট দলটোৱে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ টি-২০ এছিয়া কাপত হংকঙৰ বিৰুদ্ধে ১৩৭ ৰানত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্রথমে বেট ধৰি ভাৰতে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। মাত্র ৬৪ টা বলত ১২৪ ৰান কৰিবলৈ সক্ষম হোৱা স্মৃতি মান্ধনাক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। এই দর্শনীয় প্ৰদৰ্শনেৰে মান্ধনাই একাধিক বিশ্ব অভিলেখ ভংগ কৰাৰ লগতে মিতালী ৰাজক অতিক্ৰম কৰি মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। প্ৰত্যুত্তৰত হংকঙে ১৬ অভাৰ ২ টা বলত মাত্র...