July 4, 2026 11:10 AM

views 17

উইম্বলডন টেনিছ প্রতিযোগিতাত ন’ভাক জোকোভিছৰ ইতিহাস সৃষ্টি

উইম্বলডন টেনিছ প্রতিযোগিতাত ন’ভাক জোকোভিছে ইতিহাস সৃষ্টি কৰিছে৷ চেণ্টাৰ ক'ৰ্টত ফ্ৰান্সৰ আৰ্থাৰ ৰিন্ডাৰক্লেকক পৰাস্ত কৰি জোকোভিছে প্রতিযোগিতাখনৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে উইম্বলডনৰ ইতিহাসত সৰ্বাধিক ১০৫ খন মেচ জয় কৰা ৰজাৰ ফেডেৰাৰৰ অভিলেখো স্পৰ্শ কৰে ৷ ইপিনে পুৰুষৰ একক শাখাত আন এখন খেলত বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ জানিক ছিনাৰে আমেৰিকাৰ জেনছন ব্রুকছবিক পোনপটীয়া ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে। ইয়াৰ মাজতে প্ৰতিযোগিতাখনত এক বৃহৎ অঘটন ঘটাই জাৰ্মানীৰ জান-লেনার্ড ষ্টুফে ডেনিল...

July 4, 2025 12:17 PM

views 59

শ্রীৰাম বালাজীয়ে উইম্বলডন টেনিচ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ এন শ্রীৰাম বালাজীয়ে উইম্বলডন টেনিচ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বালাজী আৰু মেক্সিক'ৰ মিণ্ডবেল ৰেয়েছ-ববেলাই কালি লগুনত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লার্নাৰ টিয়েন আৰু আলেকজেণ্ডাৰ ক'ভাছেভিকক ৬-৪, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। বালাজী আৰু মিণ্ডবেলৰ যুটিটো পৰৱৰ্তী ৰাউণ্ডত ষষ্ঠ বাছনিপ্রাপ্ত স্পেইনৰ মাৰ্ছেল গ্রেণ'লছ আৰু আর্জেন্টিনাৰ হোৰাশ্বিঅ' জেবাল'হৰ সন্মুখীন হ'ব। বুধবাৰে যুকি ভাত্ত্বি আৰু ৰিত্বিক বলিপলৰ যুটিটোও নিজৰ প্ৰাৰম্ভিক পৰ...