July 13, 2026 12:40 PM

views 13

উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ য়ানিক ছিনাৰৰ খিতাপ জয়

বিশ্বৰ শীর্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেৰভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল তথা পঞ্চমটো গ্রেণ্ড শ্লেম জয়। ইপিনে কালি সন্ধিয়া লণ্ডনৰ চেণ্টাৰ ক'ৰ্টত অনুষ্ঠিত মহিলাৰ ডাবলছৰ ফাইনেলত চীনা-ফ্রান্স যুটী গুঅ' হান্যু আৰু ক্রিষ্টিনা স্নাডেনোভিছে কানাডিয়ান ব্রাজিলিয়ান ফ...

July 11, 2026 10:44 AM

views 24

উইম্বলডন টেনিছ প্রতিযোগিতাৰ ফাইনেলত চেক গণৰাজ্যৰ কেৰোলিনা মুচ’ভা, লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত আজি চেক গণৰাজ্যৰ কেৰোলিনা মুচ'ভা নিজ দেশৰে লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লণ্ডনত আজি খেলুৱৈ দুগৰাকীয়ে নিজৰ কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপ জয়ৰ লক্ষ্যৰে কোর্টত নামিব। ছেমিফাইনেলত নস্কোভাই ইউক্রেইনৰ মাৰ্টা কস্তিউকক আৰু মুচ'ভাই আমেৰিকাৰ কোকো গফক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল ইপিনে, পুৰুষৰ একক শাখাৰ ফাইনেলত কাইলৈ বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ জানিক ছিনাৰ জাৰ্মানীৰ আলেকজেণ্ডাৰ ভেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছিনাৰে ছেমিফাইনেলত সাতবাৰৰ খিত...