September 19, 2026 9:55 AM

views 28

নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰা শীৰ্ষক সন্মিলনৰ উদ্বোধনী সত্ৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক ৰাজ্যসমূহৰ বিত্ত মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ উদ্বোধনী সত্ৰত অংশগ্ৰহণ কৰে। বিত্ত মন্ত্ৰালয়ৰ সামাজিক মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে এই দুদিনীয়া সন্মিলনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্ত নীতিসমূহৰ ক্ষেত্ৰত আলোকপাত কৰা হৈছে। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা অনষ্ঠিত হৈছে বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই সন্মিলনত অসম, দিল্লী, গোৱা, কে...

August 7, 2026 12:03 PM

views 26

সভ্যতাজনিত ঐতিহ্য আধাৰিত অত্যাধুনিক প্ৰগতিৰ বাট মোকলাব পৰা এখন সমাজ গঢ়ি তোলাটো চৰকাৰৰ উদ্দেশ্যঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

সভ্যতাজনিত ঐতিহ্য আধাৰিত অত্যাধুনিক প্ৰগতিৰ বাট মোকলাব পৰা এখন সমাজ গঢ়ি তোলাটো চৰকাৰৰ উদ্দেশ্য বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে মন্তব্য কৰিছে। নতুন দিল্লীত কালি চি ডি দেশমুখ বক্তৃতা প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপভোক্তাবাদৰ বলি নোহোৱাকৈ সমৃদ্ধিশালী, ভৌতিকতাবাদৰ বলি নোহোৱাকৈ ধনাঢ্য আৰু নিজৰ সভ্যতাজনিত বৈশিষ্ট্য নেহেৰুৱাকৈ গোলকীয় পৰ্যায়ত সফল হ'বলৈ ওলোৱাটো ভাৰতৰ বাবে সৌভাগ্যৰ কথা। সমৃদ্ধিক বিশ্বাসযোগ্যতাৰ সৈতে, উদ্যমক দায়বদ্ধতাৰ সৈতে উদ্ভাৱনক সভ্যতাজনিত জ্ঞানৰ সৈতে, গোলকীয় ন...