September 16, 2026 7:27 PM

views 4

কেন্দ্ৰীয় মন্ত্ৰীসভাত সুৰক্ষা মজুৰিৰ সীমা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত

কেন্দ্ৰীয় কেবিনেটে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। কেবিনেট বৈঠকত অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি কয় যে এই সিদ্ধান্তই বাধ্যতামূলক কৰ্মচাৰী ভৱিষ্যনিধি পুঁজি চমুকৈ ই এফ অ পৰিসৰৰ ভিতৰত ৫১ লাখৰো অধিক অতিৰিক্ত কৰ্মচাৰী আনিব যাৰ ফলত শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে ৰাজহুৱা খণ্ডৰ বাৰ্ষিক ব্যয় প্রায় ১১ হাজাৰ ৩৩৯ কোটি টকা হ'ব বু...

August 6, 2026 8:44 PM

views 15

ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবর্ধনৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আজি মুঠ ২৩ হাজাৰ ৭৩১ কোটি টকাৰ ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবর্ধনৰ বাবে অনুমোদন জনায়। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে কয়, যে এই আঁচনিয়ে ডেৰ লাখ চাকৰিৰ সৃষ্টি কৰিব। ভাৰতৰ সেউজ শক্তিৰ যাত্ৰাত গোবর্ধনে বিশেষ মাত্ৰা প্ৰদান কৰিব। এই আঁচনিয়ে দেশৰ পৰ্যাপ্ত কৃষি আৱৰ্জনা, গৰুৰ গোবৰ, বোকা, পৌৰ নিগমৰ জৈৱিক আৱৰ্জনা আৰু অন্যান্য জৈৱ বস্তুৰ উৎসৰ সেউজ ইন্ধন, গ্রাম্য আয় আৰু ৰাষ্ট্ৰীয় অর্থনৈতিক মূল্যলৈ ৰূপান্তৰিত কৰিব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প...