June 16, 2026 12:33 PM
15
আমেৰিকা-ইৰানৰ মাজত ঘোষিত শান্তিচুক্তিৰ পাছতে পশ্চিম এছিয়াত যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে প্ৰায় চাৰি মাহজোৰা সংঘাটৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়বৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষতিৰ হোৱাৰ পাছতে হৰমুজ প্রণালী মুকলি হোৱাৰ লগতে সামুদ্রিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰা...