July 3, 2026 11:33 AM

views 25

মুকদাহান প্ৰদেশত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত ৯ গৰাকী বৌদ্ধ ভিক্ষুৰ প্ৰাণহানি

 থাইলেণ্ডৰ উত্তৰ-পূব প্ৰান্তৰ মুকদাহান প্ৰদেশত কালি পদযাত্ৰাত অংশ লোৱা ধৰ্মগুৰুসকলৰ এটা দলক কালি এজন ১১ বছৰীয়া কিশোৰে চলাই অহা এখন বাহনে মহতিয়াই নিয়ে। এই শোকাৱহ পথ দুৰ্ঘটনাত ৯ গৰাকী বৌদ্ধ ভিক্ষুৱে প্ৰাণ হেৰুৱায় | চৰকাৰী সূত্ৰই জনোৱা মতে, মুকদাহান প্ৰদেশৰ মুঠ ৩৫ গৰাকী ধৰ্মগুৰুৱে এই ধৰ্মীয় যাত্ৰাত অংশ লৈছিল। ইয়াৰে ৫ গৰাকী ভিক্ষুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন ৪ গৰাকীয়ে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাত আহত আন ১৩ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত ৩ গৰাকীৰ অৱস্থা ...

December 27, 2025 7:40 PM

views 57

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই এখন যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে। থাইলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী নাথাপন নাকপানিচ আৰু কম্বোডিয়াৰ উপ প্রধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী টিয়ে ছেইহায়ে থাইলেণ্ডৰ চানথাবুড়ী প্ৰদেশৰ সীমান্তৱৰ্তী পহৰা চকীত আজি যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰে। এখন বিশেষ বৈঠকৰ পাছত দুয়োখন দেশৰ প্ৰশাসনে এখন যৌথ বিবৃতিত প্রকাশ কৰে। চলিত বছৰৰ জুলাইত যুদ্ধ বিৰতি ভংগ হোৱাৰ পাছত চলিত মাহৰ আৰম্ভণিতে দুয়োখন চুবুৰীয়া দেশৰ মাজত সংঘাতৰ সৃষ্টি...

July 4, 2025 12:24 PM

views 59

ফুমথাম ৱেচায়াচাইক ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে নিযুক্তি দিবলৈ সন্মতি প্রদান থাইলেণ্ড কেবিনেটৰ

থাইলেণ্ডৰ কেবিনেটে পেটংটার্ণ ছিনাৱাট্টাৰ নিলম্বনৰ পাছত উপ-প্রধানমন্ত্রী ফুমথাম ৱেচায়াচাইক ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে নিযুক্তি দিবলৈ সন্মতি প্রদান কৰিছে। দেশখনৰ প্রথমগৰাকী ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে ফুমথামৰ প্ৰধানমন্ত্ৰীৰ সমানেই কর্তৃত্ব আৰু দায়িত্ব থাকিব। উপ প্রধানমন্ত্রী তথা পৰিৱহণ মন্ত্ৰী চুৰিয়া জুংগুংগ্ৰেয়াংগকিটক দ্বিতীয়গৰাকী ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে থাইলেণ্ডৰ সাংবিধানিক আদালতে প্রধানমন্ত্রী পদৰ পৰা পেটংটার্ণ ছিনাৱাট্রাক নিলম্বন কৰিছিল।