September 20, 2026 7:09 PM

views 20

অসম ক্ষিপ্ৰতাৰে উত্তৰ-পূবৰ শক্তি খণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে অসম আগবাঢ়িছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রকাশ কৰে। ধুবুৰীৰ চাপৰত ৩,২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশৰ পৰা আজিৰ দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব। ৪৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ এই বৃহৎ প্রকল্পটো ৰাজ্যৰ শক্তি খণ্ডৰ বিকাশৰ ক্ষেত্ৰত এটা ঐতিহাসিক পদক্ষেপ বুলিও মুখ্যমন্ত্ৰীগৰাকী...

September 20, 2026 6:53 PM

views 10

দেশৰ সৌৰ সামৰ্থ্যই ১৬৮.০৪ গিগাৱাট স্পৰ্শ কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সন্তুষ্টি প্রকাশ

দেশৰ সৌৰ সামৰ্থ্যই ১৬৮.০৪ গিগাৱাট স্পৰ্শ কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্তুষ্টি প্রকাশ কৰিছে। নৱীকৰণযোগ্য শক্তি খণ্ডই বিশেষ অগ্রাধিকাৰ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে সদৰী কৰিছে। উল্লেখযোগ্য যে, নবীকৰণযোগ্য তথা নিকা শক্তি খণ্ডত বিশেষ গুৰুত্বসহ দেশত পৰিৱেশ সম্পৰ্কীয় কাম-কাজসমূহ বিকশিত কৰা হৈছে। সম্প্রতি দেশৰ মুঠ নৱীকৰণযোগ্য শক্তি সামর্থ্য প্রায় ২৯৫.৫৫ গিগাৱাট। খনি আৰু খনিজ পদার্থ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই এই সন্দৰ্ভত কয়, যে দেশৰ জলবায়ু সম্...