June 13, 2026 8:08 PM

views 16

ব্ৰীকচ ৰাষ্ট্ৰসমূহে আন্তর্জাতিক কৃষিলৈ ৪২ শতাংশ পর্যন্ত বৰঙণি আগবঢ়াই আহিছে- শিৱৰাজ সিং চৌহান

মধ্য প্ৰদেশৰ ইন্দোৰত ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্ৰীকচ কৃষি সন্মিলনৰ আজি অন্ত পৰে। সন্মিলনৰ অন্তত সৰ্বসন্মতভাৱে ইন্দোৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। এই ঘোষণাপত্ৰত ডিজিটেল কৃষি, কৃষি বাণিজ্য, পৰিবেশ অনুকুল কৃষি, কৃষক কল্যান তথা খাদ্য সুৰক্ষা সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্ৰীকচ ৰাষ্ট্ৰসমূহে বিশ্বৰ প্ৰায় অর্ধসংখ্যক জনসাধাৰণক প্রতিনিধিত্ব কৰে বুলি উল্লেখ কৰি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে এই দেশসমূহে আন্তর্জাতিক কৃষিলৈ ৪২ শতাংশ পর্যন্ত বৰঙণি আগবঢ়াই আহিছে। ইন্দোৰ ঘো...