September 7, 2026 1:42 PM

views 15

মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক

চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নির্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে ২০২৬ চনৰ পহিলা জুলাই পর্যন্ত মণিপুৰত মুঠ ১৯লাখ ৬০হাজাৰ ৬২০গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে ১০লাখ ৬হাজাৰ ৯৬২গৰাকী মহিলা, ৯লাখ ৫৩হাজাৰ ৩৫০গৰাকী পুৰুষ আৰু ৩০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয়, যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে ১,০৫৬। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট ...

July 4, 2026 6:51 PM

views 25

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰ-পত্ৰ দাখিল উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰ-পত্ৰ দাখিল কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দিল্লীৰ মুখ্য নির্বাচনী বিষয়াৰ লগতে জিলা নির্বাচনী বিষয়া নির্বাচনী পঞ্জীয়ন বিষয়া আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে উপৰাষ্ট্ৰপতি ভৱনত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত গণনা প্রক্রিয়া সহজ কৰি তুলিছে। শ্ৰীৰাধাকৃষ্ণনে সকলো যোগ্য ভোটদাতাক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান...

December 11, 2025 8:18 PM

views 52

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দর্ভত নির্বাচনী আয়োগৰ সংশোধিত সূচী প্রকাশ

দেশৰ ছখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী সন্দর্ভত নির্বাচনী আয়োগে সংশোধিত সূচী প্রকাশ কৰিছে। এই তালিকাত তামিলনাড়ু, গুজৰাট, মধ্যপ্রদেশ, চত্তিশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু উত্তৰ প্ৰদেশক সামৰি লোৱা হৈছে। তামিলনাড়ু আৰু গুজৰাটত এই প্রক্রিয়া অহা ১৪ ডিচেম্বৰত সামৰণি পৰিব। একেদৰে মধ্যপ্রদেশ, চত্তিশগড় তথা আন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জত অহা ১৮ ডিচেম্বৰলৈ এই প্রক্রিয়া সমাপ্তিৰ দিন বৃদ্ধি কৰা হৈছে। উত্তৰ প্ৰদেশত অহা ২৬ ডিচেম্বৰ পৰ্যন্ত ইয়াৰ অন্তিম...

December 9, 2025 8:08 PM

views 48

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাৰ মাজত ৫০ কোটি ৯৯ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৯ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰ-পত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯ দশমিক ৯-৭ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৫০ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পৰ্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম...