September 29, 2026 12:11 PM

views 25

অনাদায় ট্রেফিক ই-চালান জৰিমনা বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰাৰ বিবেচনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে জৰিমনা আদায়ৰ পদক্ষেপ হিচাপে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ অনাদায় ট্রেফিক ই-চালান জৰিমনা বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰাৰ কথা বিবেচনা কৰিছে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু কে ভি বিশ্বনাথৰ বিচাৰপীঠে কয়, যে এনে ব্যৱস্থা গ্রহণ নকৰিলে কেৱল ই-চালানৰ জৰিয়তে কোনো উদ্দেশ্য সাধন নহ'ব। বিচাৰপীঠে লগতে বাহনৰ পঞ্জীয়ন নৱীকৰণ, মালিকীস্বত্ব হস্তান্তৰ আদি অনাদায় জৰিমনা নোপোৱা পর্যন্ত স্থগিত ৰখাৰ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি পৰিবহন পার্টেলত অনাদায় হৈ থকা চালানসমূহৰ বাহনসমূহ যাতায়াত নিষিদ্ধ তালিকাত অন্তর...

October 18, 2024 7:57 PM

views 37

বাল্য বিবাহ নিষেধাজ্ঞা আইন ব্যক্তিগত আইনৰ দ্বাৰা স্তব্ধ কৰিব নোৱাৰি : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি ৰায়দানযোগে জনায় যে বাল্য বিবাহ নিষেধাজ্ঞা আইন ব্যক্তিগত আইনৰ দ্বাৰা স্তব্ধ কৰিব নোৱাৰি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰই দেশত বাল্য বিবাহ প্ৰতিৰোধ আইনখন ফলপ্রসূ ৰূপায়ণৰ বাবে নিৰ্দেশনা জাৰি কৰে। ৰায় ঘোষণাৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে বাল্য বিবাহ প্ৰতিৰোধ আৰু নাবালক সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত আৰু লগতে অপৰাধীক উচিত শাস্তি প্ৰদান কৰাও জৰুৰী। উল্লেখযোগ্য যে বাল্য বিবাহ ৰোধ কৰাৰ বাবে ...