October 19, 2026 12:08 PM

views 1

ছৌদি আৰৱত থকা ভাৰতীয় নাগৰিকক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামৰ্শ

ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে ছৌদি আৰৱত থকা ভাৰতীয় নাগৰিকসকলক দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামৰ্শ দিছে। দূতাবাসে লগতে বিমান আক্ৰমণৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিছে। দূতাবাস কর্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলীত হুথি বিদ্রোহীৰ ড্রোন আৰু ক্ষেপণাস্ত্র আক্রমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকসকলক ছৌদি কর্তৃপক্ষই জাৰি কৰা সুৰক্ষা নির্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। তদুপৰি জনসাধাৰণক ঘৰৰ ভিতৰত আশ্রয় ল'বলৈ, খিৰিকি আৰু মুকলি ঠাইৰ পৰা আঁতৰি...

October 9, 2026 11:21 AM

views 6

চৌদি আৰবত বাস কৰা ভাৰতীয় নাগৰিকসকলক সতর্ক হৈ থাকিবলৈ আহ্বান দূতাবাসৰ

ৰিয়াধত থকা ভাৰতীয় দূতাবাসে চৌদি আৰবৰ শেহতীয়া পৰিস্থিতিলৈ চাই দেশখনত বাস কৰা ভাৰতীয় নাগৰিকসকলক সতর্ক হৈ আৰু ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। দূতাবাস কর্তৃপক্ষই লগেত ভাৰতীয় নাগৰিকসকলক ঘটনাৰ সৈতে জড়িত ভিডিঅ আৰু বাতৰি প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। তেওঁলোকক লগতে স্থানীয় কর্তৃপক্ষই জাৰি কৰা নীতি-নির্দেশনা মানি চলিবলৈ কোৱা হৈছে। ৰিয়াধত থকা ভাৰতীয় দূতাবাস আৰু জেড্ডাহত থকা বাণিজ্যিক দূতাবাস আৰু ভি এফ এছৰ মাধ্যমেৰে প্ৰদান কৰা আউট চ'ৰ্চড সেৱা স্বাভাবিকভাবে চলি আছে। প্রবাসী ভাৰতীয় সহায় কেন...