July 25, 2026 8:38 PM

views 2

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱা বুলি সদৰী কৰিছে। তেওঁ বানাক্ৰান্ত সকলো স্থানলৈ যাতে বান সাহায্য প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে সেনা বাহিনীৰ সহায় লোৱা বুলিও প্ৰকাশ কৰিছে।  তদুপৰি ভাৰতীয় বায়ু সেনাৰ জৰিয়তেও উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ বিষয়েও তেওঁ সদৰী কৰে। আজি গুৱাহাটীৰ আজাৰাৰ কাঁহিকুচিৰ গোলাপ বৰবৰা এছ আই আৰ ডিত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। মু...

July 25, 2026 12:09 PM

views 3

কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি শ্ৰী সোণোৱালে কয়, যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ইতিমধ্যে অসমৰ বান পৰিস্থিতি সম্পৰ্কে সুকীয়াকৈ আৰু বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তেওঁ ক্ষতিগ্রস্ত লোকসকলক সকলো প্ৰকাৰৰ সহায়-সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাক...