September 5, 2025 7:09 PM

views 39

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ হৈছে। এই মেলাই গ্ৰামাঞ্চলৰ মহিলাসকলক নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে গুৰুত্বপূৰ্ণ বিপণন মঞ্চ প্ৰদান কৰি আহিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আত্মসহায়ক গোটৰ ৪০০ৰো অধিক মহিলাই এই মেলাত অংশগ্ৰহণ কৰিছে। এই বছৰ এই মেলাৰ মূল বিষয়বস্তু হৈছে— লাখপতি দিদিৰ বিকাশ – গ্ৰামাঞ্চলৰ মহিলাসকলক সফল উদ্যমী আৰু ভোকেল ফ'ৰ লোকেল অভিযানৰ হোতা হ'বলৈ সবল কৰি তোলা। প্ৰথমবাৰৰ বাবে এইবেলি লাখপতি দিদিসকলে সম্পূৰ্ণৰূপে সৰস মেলাৰ দায়িত্ব পালন কৰিব। ...

September 5, 2025 11:38 AM

views 39

আজি নতুন দিল্লীত সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আৰম্ভ

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ হ'ব। এই মেলাই গ্ৰামাঞ্চলৰ মহিলাসকলক নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে গুৰুত্বপূৰ্ণ বিপণন মঞ্চ প্ৰদান কৰি আহিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আত্মসহায়ক গোটৰ ৪০০ৰো অধিক মহিলাই এই মেলাত অংশগ্ৰহণ কৰিব। এই বছৰ এই মেলাৰ মূল বিষয়বস্তু হৈছে- লাখপতি দিদিৰ বিকাশ – গ্ৰামাঞ্চলৰ মহিলাসকলক সফল উদ্যমী আৰু ভোকেল ফ'ৰ লোকেল অভিযানৰ হোতা হ'বলৈ সবল কৰি তোলা । প্ৰথমবাৰৰ বাবে এইবেলি লাখপতি দিদিসকলে সম্পূৰ্ণৰূপে সৰস মেলাৰ দায়িত্ব পালন কৰিব। ২...

September 4, 2025 8:33 PM

views 42

কাইলৈৰ পৰা নতুন দিল্লীত ২৭ সংখ্যক চৰছ আজীৱিকা মেলা আৰম্ভ

২৭ সংখ্যক চৰছ আজীৱিকা মেলা কাইলৈৰ পৰা নতুন দিল্লীত আৰম্ভ হ'ব। প্ৰতিবছৰে এই মেলাই গ্রামীণ মহিলাসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে এখন মঞ্চ প্ৰদান কৰে। এই বছৰ চৰছ আজীৱিকা মেলাই দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ চাৰিতকৈও অধিক মহিলাক সামৰি লৈছে। এই বছৰ এই মেলাৰ বিষয় হৈছে লাখপতি বাইদেউ আৰু সৱলীকৃত গ্ৰামীণ মহিলাসকলক সফল উদ্যমী হিচাপে গঢ়ি তোলা আৰু লগতে লোকল ফৰ ভোকেলৰ দিশত নিজকে উৎকৃষ্ট ৰূপত প্ৰতিষ্ঠা কৰা। লাখপতি বাইদেউসকলৰ হস্তনির্মিত সামগ...