August 13, 2026 8:34 PM

views 28

নতুূন দিল্লীত ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্রদান

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্রদান কৰে। বঁটা প্রাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্রেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্র দাসে ২০২৪ বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে ২০২৫ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্রীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ ব...

June 11, 2026 11:26 AM

views 85

ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

কলা-সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি সত্ৰীয়া শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে ২০২৪ বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে ২০২৫ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষি মেধি, নাট্য পৰিচ...