October 4, 2026 8:18 PM

views 5

নতুন দিল্লীত আজি ৬২ সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনত ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, যোগান শৃংখলাৰ স্থিতিস্থাপকতা আৰু সংযোগ অতি গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমণিকা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জযশংকৰে আজি নতুন দিল্লীত ৬২ সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিশ্বৰ গ্লোবেল ছাউথ আৰু নৰ্থৰ সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ দেশসমূহে বিশ্বৰ আগশাৰীৰ দেশত পৰিণত হোৱাৰ উমৈহতীয়া লক্ষ্যৰ জৰিয়তে একত্ৰিত হৈছে। বৰ্তমান বিশ্ব সলনি হোৱাৰ লগে লগে ইয়াৰ কাৰ্যক্ৰমণিকা আৰু পৰিবেশো সলনি হৈছে গত...

September 16, 2026 12:45 PM

views 7

কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত ৬০ জয়শংকৰে এইকথা উল্লেখ কৰে। প্ৰত্যাহ্বানপূৰ্ণ বিশ্বৰ প্ৰেক্ষাপটত মূৰ দাঙি উঠিবলৈ ভাৰত সংকল্পবদ্ধ বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে বিগত দশকটোত শেহতীয়া ধাৰাসমূহে ভাৰতৰ কূটনৈতিক নীতি, কৌশল আৰু বিকশিত অর্থনীতিক প্ৰভাৱান্বিত...

December 20, 2025 7:55 PM

views 35

উন্নত ভাৰতৰ বৈদেশিক নীতি সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ সৈতে দীর্ঘকালীন তথা অভিলাষী হোৱা উচিত বুলি ড° এচ জয় শংকৰৰ মন্তব্য

উন্নত ভাৰতৰ বৈদেশিক নীতি সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ সৈতে দীর্ঘকালীন তথা অভিলাষী হোৱা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এচ জয় শংকৰে মন্তব্য কৰিছে। দেশৰ আন্তর্জাতিক স্থিতি অধিক শক্তিশালী কৰি তুলিবলৈ আন মিত্র দেশসমূহক অন্তর্ভুক্ত কৰাৰ প্ৰয়োজন সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। পুনেৰ চিমবায়'চিচ ইন্টাৰনেছনেল ডীমড বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবর্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষার্থীসকলক উদ্দেশ্যি তেওঁ ভাষণ দিয়ে। তেওঁ ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ চালিকা শক্তি হিচাপে কাম ...