June 15, 2026 12:17 PM

views 10

কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি ওপজা দিন

কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি ওপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্রী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্রিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপকৰূপেও জনা যায়। বড়ো ভাষা-সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয়, BODO- KACHARI'S AND THEIR CULTURE নামৰ দুখন গ্ৰন্থও ৰচনা কৰিছিল। বড়ো জ...

June 15, 2025 8:05 PM

views 21

কোকৰাঝাৰত জনজাতীয় নেতা ৰূপনাথ ব্ৰহ্মৰ ১২৪ সংখ্যক জয়ন্তী পালন

কোকৰাঝাৰত আজি প্ৰাক্তন মন্ত্রী তথা জনজাতীয় নেতা ৰূপনাথ ব্ৰহ্মৰ ১২৪ সংখ্যক জয়ন্তী পালন কৰা হয়। আধুনিক কোকৰাঝাৰৰ খনিকৰস্বৰূপ প্ৰয়াত ব্ৰহ্ম বড়ো জনগোষ্ঠীৰ প্ৰথমজন আইনৰ স্নাতক, প্ৰথমগৰাকী বিধানসভাৰ সদস্য, অসম মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱা বড়ো জনগোষ্ঠীৰ প্ৰথম মন্ত্ৰী আছিল। জয়ন্তী উপলক্ষে কোকৰাঝাৰ চহৰৰ প্ৰগতি ভৱনত নেতাগৰাকীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে তেওঁৰ জন্মস্থান ওৱাবাৰীত এটা স্মৃতিসৌধ মুকলি কৰা হয়। বি টি আৰ প্ৰধান প্ৰমোদ বড়ো আৰু বড়ো সাহিত্য সভাৰ সভাপতি সুৰৰ্থ নাৰ্জাৰীয়ে প্ৰতিমূৰ্ত...