July 3, 2026 8:36 PM

views 16

সিন্ধু জলচুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে : ৰণধীৰ জয়ছোৱাল

ইছলামাবাদে সীমান্তৰ সীপাৰৰ উগ্রপন্থী কার্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিছে। নতুন দিল্লীত সংবাদমাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে সিন্ধু জলচুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে। তিস্তা নদীৰ উমৈহতীয়া ব্যৱস্থাপনা আৰু পুনৰ উদ্ধাৰ আঁচনি সন্দৰ্ভত শ্রীজয়ছোৱালে কয় যে বাংলাদেশত ভাৰতৰ উন্নয়ন প্রকল্পসমূহ উভয় দেশৰ উমৈহতীয়া সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ৰূপায়ণত গুৰুত্ব দিয়া হৈছে আৰু সময়ে সময়ে এই প্রকল্পসম...

June 9, 2026 8:08 PM

views 22

যোৱা ১২ বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে

যোৱা ১২ বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে ব্ৰেণ্ড ইণ্ডিয়া আৰু গোলকীয় স্তৰত ভাৰতৰ স্থিতি যথেষ্ট শক্তিশালী হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কৈছে যে ভাৰত সংকটৰ এই সময়ত, গ্লোবেল ছাউথ হিচাপে পৰিচিত অর্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা ৰাষ্ট্ৰসমূহৰ কণ্ঠ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ইউ পি আইৰ দৰ...