October 3, 2026 9:00 PM
2
আই পি ইউৰ ১৫৩ সংখ্যক সভা আৰু আনুষংগিক বৈঠকত অংশগ্ৰহণৰ বাবে ৰাজ্যসভাৰ ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ দল তাঞ্জানিয়ালৈ ৰাওনা
ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশৰ নেতৃত্বত এটা ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ দল অহা ৫ ৰ পৰা ৯ অক্টোবৰলৈ হ’বলগীয়া আন্তঃসংসদীয় সংঘ আই পি ইউৰ ১৫৩ সংখ্যক সভা আৰু আনুষংগিক বৈঠকত অংশগ্ৰহণৰ বাবে তাঞ্জানিয়ালৈ ৰাওনা হৈছে। প্ৰতিনিধি দলটোৱে সাম্প্রতিক বিশ্বৰ প্ৰাসংগিক বিষয়সমূহ সন্দৰ্ভত বিস্তৃত বৈঠক, আলোচনা আৰু কৰ্মশালাত অংশগ্ৰহণ কৰি এই বিষয়সমূহৰ সম্পৰ্কত ভাৰতৰ দৃষ্টিভংগী প্ৰকাশ কৰিব। শ্ৰী হৰিবংশে প্ৰশাসনীয় পৰিষদ, সাধাৰণ বিতৰ্ক, জৰুৰীকালীন বিষয় সম্পৰ্কীয় বিতৰ্ক আৰু আই পি ইউৰ অধ্যক্ষ পদৰ প্ৰাৰ্থীসকলৰ সৈতে মত-...