October 24, 2026 11:53 AM
22
সেনাধক্ষ্যসকলক ভৱিষ্যৎ প্রত্যাহ্বানৰ মোকাবিলাৰ বাবে প্রস্তুত হ’বলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ আহ্বান
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাধক্ষ্যসকলক ভু-ৰাজনৈতিক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে আঞ্চলিক পৰিস্থিতি আৰু ভৱিষ্যৎ প্রত্যাহ্বানৰ মোকাবিলাৰ বাবে প্রস্তুত হ'বলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি সেনাধক্ষ্যসকলৰ সন্মিলনত অংশ লৈ শ্রী সিঙে অনাগত ২০-৩০ বছৰৰ বাবে দীর্ঘকালীন কৌশলগত লক্ষ্য নির্ধাৰণৰ প্রয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতীয় সেনাৰ জ্যেষ্ঠ নেতৃত্বক তাৎক্ষণিক আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্রতি সঁহাৰি জনাবলৈ সমানেই প্রস্তুত হৈ থাকিবলৈ আহ্বান জনায়। পৰিৱৰ্তিত পৰিস্থিতিৰ সময়মতে স...